
সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ভিক্টৰ দাসক
আদালতৰ পৰা ওলাই যোৱাৰ সময়ত ভিক্টৰ দাসে কৈ গ'ল, "মই ভাগৰা নাই"
সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ভিক্টৰ দাসক। আৰক্ষীয়ে ১৪ দিনৰ বাবে বিচাৰিছিল জিম্মাত। আদালতৰ পৰা ওলাই যোৱাৰ সময়ত ভিক্টৰ দাসে কৈ গ'ল, "মই ভাগৰা নাই"। CJM কোৰ্টৰ পৰা পুনৰ লৈ যোৱা হ'ল পাণবজাৰ থানালৈ। নিশা পাণবজাৰ থানাত পুনৰ জেৰা কৰা হ'ব ভিক্টৰ দাসক।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|