• Home
  • »
  • News
  • »
  • assam
  • »
  • সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ভিক্টৰ দাসক; নিশা পাণবজাৰ থানাত পুনৰ জেৰা কৰা হ'ব

সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ভিক্টৰ দাসক; নিশা পাণবজাৰ থানাত পুনৰ জেৰা কৰা হ'ব

সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ভিক্টৰ দাসক

সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ভিক্টৰ দাসক

আদালতৰ পৰা ওলাই যোৱাৰ সময়ত ভিক্টৰ দাসে কৈ গ'ল, "মই ভাগৰা নাই"

  • Share this:
সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল ভিক্টৰ দাসক। আৰক্ষীয়ে ১৪ দিনৰ বাবে বিচাৰিছিল জিম্মাত। আদালতৰ পৰা ওলাই যোৱাৰ সময়ত ভিক্টৰ দাসে কৈ গ'ল, "মই ভাগৰা নাই"। CJM কোৰ্টৰ পৰা পুনৰ লৈ যোৱা হ'ল পাণবজাৰ থানালৈ। নিশা পাণবজাৰ থানাত পুনৰ জেৰা কৰা হ'ব ভিক্টৰ দাসক।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি