মুখ্যপৃষ্ঠা »খবৰ »অসম »Russia Ukraine War: অসমৰ আৰু দুগৰাকী ছাত্ৰী পালেহি ভাৰত, শীঘ্ৰেই উপস্থিত হ'ব অসমত

Russia Ukraine War: অসমৰ আৰু দুগৰাকী ছাত্ৰী পালেহি ভাৰত, শীঘ্ৰেই উপস্থিত হ'ব অসমত

  • Share this:
চুড়ান্ত অনিশ্চয়তাৰ মাজতে ইউক্ৰইনৰ পৰা আৰু দুগৰাকী অসমৰ ছাত্ৰী নিৰাপদে উপস্থিত হ'ল ভাৰতত। আজি পুৱা তেওঁলোক সুকলমে নতুন দিল্লী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। এই ছাত্ৰী দুগৰাকী হৈছে শুৱালকুচিৰ বংশৰৰ হিমাশ্ৰী কাকতি আৰু গুৱাহাটীৰ মালিগাঁৱৰ ডেইজী বসুমটাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা জনায়।

হিমাশ্ৰী আৰু ডেইজীয়ে ইউক্ৰেইনৰ উজুনত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছিল। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে চলোৱা উদ্ধাৰ কাৰ্যৰ অংশৰূপে অসমৰ এই দুগৰাকী ছাত্ৰীক উভতাই অনা হয়। দিল্লীত দুয়েকো অসম ভৱনৰ বিষয়াই আদৰণি জনায়।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি