মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড, ঘৰৰ চোতালত খেলি থকা অৱস্থাতে অপহৰণ দুই শিশুক

মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড, ঘৰৰ চোতালত খেলি থকা অৱস্থাতে অপহৰণ দুই শিশুক

অপহৃত শিশু দুটিৰ নাম বিবেক কুমাৰ আৰু অজিত কুমাৰ। শিশু দুটিৰ বয়স ক্ৰমে ৯ বছৰ আৰু ৪ বছৰ।

অপহৃত শিশু দুটিৰ নাম বিবেক কুমাৰ আৰু অজিত কুমাৰ। শিশু দুটিৰ বয়স ক্ৰমে ৯ বছৰ আৰু ৪ বছৰ।

অপহৃত শিশু দুটিৰ নাম বিবেক কুমাৰ আৰু অজিত কুমাৰ। শিশু দুটিৰ বয়স ক্ৰমে ৯ বছৰ আৰু ৪ বছৰ।

  • Share this:
মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। তেতেলীয়াৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰিলে দুই শিশুক। ঘৰৰ চোতালত খেলি থকা অৱস্থাৰ পৰাই অপহৰণ শিশু দুটিক। এখন চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তই কৰিলে অপহৰণ।

অপহৃত শিশু দুটিৰ নাম বিবেক কুমাৰ আৰু অজিত কুমাৰ। শিশু দুটিৰ বয়স ক্ৰমে ৯ বছৰ আৰু ৪ বছৰ। শিশু দুটিৰ পিতৃৰ নাম মদন ৰয়। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

ৰাহুল আৰু চাজন নামৰ দুই ব্যক্তিৰ ওপৰত সন্দেহ পিতৃ-মাতৃৰ। দুই ব্যক্তিৰ ঘৰ বিহাৰত বুলিও ব্যক্ত কৰে শিশু দুটিৰ পিতৃ-মাতৃয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি