মুখ্যপৃষ্ঠা »খবৰ »অসম »Corona in Assam : গুৱাহাটীত তিনিটা ৱাৰ্ডক কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা। ৮, ১৬ আৰু ২৮ নং ৱাৰ্ড কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা।

Corona in Assam : গুৱাহাটীত তিনিটা ৱাৰ্ডক কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা। ৮, ১৬ আৰু ২৮ নং ৱাৰ্ড কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা।

১৬ নম্বৰ ৱাৰ্ড: বৰ্ষাপাৰা, ফটাশিল,ধীৰেনপাৰা কণ্টেইনমেণ্ট ৱাৰ্ড হিচাপে ঘোষণা। ২৮ নং ৱাৰ্ড: বশিষ্ট , অজন্তা পথ, চন্দন নগৰ, হাতিগাও কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা। ৮ নং ৱাৰ্ড: ভূতনাথ, ভৰলু কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা।

  • Share this:
গুৱাহাটীত তিনিটা ৱাৰ্ডক কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা। ১৪ দিনৰ বাবে ৮, ১৬ আৰু ২৮ নং ৱাৰ্ড তিনিটা কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা।

১৬ নম্বৰ ৱাৰ্ড: বৰ্ষাপাৰা, ফটাশিল,ধীৰেনপাৰা কণ্টেইনমেণ্ট ৱাৰ্ড হিচাপে ঘোষণা।
২৮ নং ৱাৰ্ড: বশিষ্ট , অজন্তা পথ, চন্দন নগৰ, হাতিগাও কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা।
৮ নং ৱাৰ্ড: ছাবিপুল, কেডাৰ ৰোড, ভূতনাথ, ভৰলু, ফটাশিল দলং, এটি ৰোড কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা।

এইপৰ্যন্ত তিনিটা ৱাৰ্ড কণ্টেইনমেণ্ট ৱাৰ্ড ঘোষণা কামৰূপ মহানগৰ উপায়ুক্তৰ।

কণ্টেইনমেণ্ট ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈহে গাখীৰ, পাচলি, ফল-মূল বিক্ৰী কৰিব পাৰিব। মোবাইল ভানেৰে মাছ, মাংস বিক্ৰী কৰিব পাৰিব কণ্টেইনমেণ্ট ৱাৰ্ডত।

সকলোৱে মাস্ক পিন্ধিব লাগিব। পাঁচজনতকৈ অধিক লোক একেলগে থাকিব নোৱাৰিব।

ফাৰ্মাচী খোলা থাকিব। হস্পিতাললৈ লোক যাব পাৰিব। পেট্ৰ'ল পাম্প, গেছ এজেন্সী আদি খুলিব পাৰিব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি