
আজাৰা অঞ্চলৰ পৰা আজাৰা আৰক্ষীয়ে পম খেদি ভৰলুত আটক কৰিছিল গভাইত চোৰ আকাশদীপক।
আজাৰা অঞ্চলৰ পৰা আজাৰা আৰক্ষীয়ে পম খেদি ভৰলুত আটক কৰিছিল গভাইত চোৰ আকাশদীপক।
মহানগৰীৰ আজাৰা আৰক্ষীৰ জালত গভাইত চোৰ আকাশদীপ সিং। আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় চোৰটো। আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাই অভিযান চলাই আটক কৰিছিল আকাশদ্বীপ সিঙক। আজাৰা অঞ্চলৰ পৰা আজাৰা আৰক্ষীয়ে পম খেদি ভৰলুত আটক কৰিছিল গভাইত চোৰ আকাশদীপক।
মহানগৰীৰ বহু ঠাইত টকা, সোণৰ চেইন কাঢ়ি নিয়া আৰু গাড়ী, ঘৰ, দোকান চুৰি কাৰ্যত জড়িত আছিল আকাশদ্বীপ। নিশা আজাৰা আৰক্ষীয়ে আকাশদীপ সিঙক লৈ চোৰৰ বিৰুদ্ধে অভিযান চলাই থাকোতে ধাৰাপুৰ SOS পথৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। আহত আকাশদ্বীপক GMCHত ভৰ্তি কৰোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|