মুখ্যপৃষ্ঠা »খবৰ »অসম »বানপানীৰ বাবে শিলচৰ-গুৱাহাটীৰ মাজত বিশেষ বিমান সেৱা ! মাত্ৰ ৩ হাজাৰ টকাতে কৰিব পাৰিব যাত্ৰা ...

বানপানীৰ বাবে শিলচৰ-গুৱাহাটীৰ মাজত বিশেষ বিমান সেৱা ! মাত্ৰ ৩ হাজাৰ টকাতে কৰিব পাৰিব যাত্ৰা ...

শিলচৰ-গুৱাহাটীৰ মাজত বানপানীৰ বাবে বিশেষ বিমান সেৱা প্ৰৱৰ্তন কৰা হৈছে। বৰাকত আৱদ্ধ লোকৰ বাবে এই বিশেষ বিমান সেৱা। এজন ব্যক্তিৰ টিকটৰ মূল্য হৈছে ৩হাজাৰ টকা।

  • Share this:
শিলচৰ-গুৱাহাটীৰ মাজত বানপানীৰ বাবে বিশেষ বিমান সেৱা প্ৰৱৰ্তন কৰা হৈছে। বৰাকত আৱদ্ধ লোকৰ বাবে এই বিশেষ বিমান সেৱা। এজন ব্যক্তিৰ টিকটৰ মূল্য হৈছে ৩হাজাৰ টকা। শিলচৰ আৰু গুৱাহাটীৰ মাজত বিশেষ বিমান সেৱাৰ বাবে টিকটৰ এই মূল্য।

শিলচৰ-গুৱাহাটী বিমানত টিকট লাভ কৰিবলৈ দুটা যোগাযোগৰ নম্বৰ: 81359-02973 আৰু 86380-23921। UPI বা GOOGLE PAYৰ জৰিয়তে 81359-02973 নম্বৰত ধন পৰিশোধ কৰিব পাৰিব যাত্ৰীয়ে। কাইলৈৰ পৰা প্ৰতিদিনে গুৱাহাটীৰ পৰা শিলচৰলৈ বিয়লি ৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৬ বাজি ২০ মিনিটত বিমান উৰা মাৰিব।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি