মুখ্যপৃষ্ঠা »খবৰ »অসম »SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ তৎপৰতাত গুৱাহাটীত অনুষ্ঠিত হৈছে যুৱ সদন ২০২৩ ...

SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ তৎপৰতাত গুৱাহাটীত অনুষ্ঠিত হৈছে যুৱ সদন ২০২৩ ...

অসম চৰকাৰৰ অধীনৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিটিয়ে বিশেষ পদক্ষেপ লৈছে। ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ সমাজৰ উন্নয়নৰ বাবে উপদেষ্টা পৰিষদে শনিবাৰে গুৱাহাটীত অনুষ্ঠিত কৰিছে যুৱ সদন -২০২৩। 

  • Share this:

গুৱাহাটীৰ ভিভান্টাত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা এই যুৱ সদনত অসমৰ ২৬ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। যুৱ শক্তিৰ নতুন দিনৰ ধাৰণা ভাৰতৰ সমৃদ্ধিত অসম শীৰ্ষক আলোচনাৰ ওপৰত দিয়া বক্তব্যত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ কথা কয় বিভিন্ন জনগোষ্ঠীয় নেতৃত্বই। প্ৰথমবাৰলৈ ৰাজ্যত অনুষ্ঠিত হোৱা বিধান সভাৰ আৰ্হিত যুৱ সদন -২০২৩ ৰ ক্ষেত্ৰত আগভাগ লৈছিল SLAC সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।  শনিবাৰৰ এই বিশেষ যুৱ সদনত অসমৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ  লগতে ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈ আৰু যুৱক যুৱতী সকলক কেনেকৈ স্বাৱলম্বী কৰিব পৰা হয় সেই কথা আলোচনা কৰে। ইয়াৰ লগতে স্কুলত শাৰিৰীক শিক্ষা আৰু খেলুৱৈলৈ সা সুবিধাৰ পৰামৰ্শও দিয়ে বিভিন্নজনে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি