In view of the prediction by IMD of incessant rains in Kamrup Metropolitan district tomorrow, all educational institutions (Govt. & Private both) to be closed down for tomorrow(16.6.2022) with exception of conduct of examinations which have been already scheduled.
— Kamrup Metro District Administration (@DCKamrupMetro) June 15, 2022
উল্লেখ্য যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী মতে আজি কামৰূপ মহানগৰ এলেকাত ৭ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ আশংকা আছে। ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সকলোধৰণৰ সাৱধানতা মানি চলিবলৈ আহ্বান জনাইছে প্ৰশাসনে।