মুখ্যপৃষ্ঠা »খবৰ »অসম »Mohan Bhgawat in Guwahati : গুৱাহাটীত উপস্থিত RSS প্ৰধান মোহন ভাগৱত। কাইলৈ কেইবাটাও কাৰ্যসূচীত ল'ব অংশ।

Mohan Bhgawat in Guwahati : গুৱাহাটীত উপস্থিত RSS প্ৰধান মোহন ভাগৱত। কাইলৈ কেইবাটাও কাৰ্যসূচীত ল'ব অংশ।

দুদিনীয়া কাৰ্যসূচী হাতত লৈ গুৱাহাটীত RSS প্ৰধান মোহন ভাগৱত (Mohan Bhagawat)। 

দুদিনীয়া কাৰ্যসূচী হাতত লৈ গুৱাহাটীত RSS প্ৰধান মোহন ভাগৱত (Mohan Bhagawat)। 

  • Share this:
গুৱাহাটীত উপস্থিত RSS প্ৰধান মোহন ভাগৱত (Mohan Bhagawat)। দুদিনীয়া কাৰ্যসূচী হাতত লৈ ইণ্ডিগ' বিমান যোগে পোনে পোনে চেন্নাইৰ পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় মোহন ভাগৱত।

গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোহন ভাগৱতে। বৰঝাৰ বিমানবন্দৰত RSS প্ৰধান মোহন ভাগৱতক আদৰণি জনায় অসমৰ RSS কৰ্মীসকলে। বৰঝাৰ বিমানবন্দৰৰ পৰা মোহন ভাগৱতে মালিগাঁওস্থিত আডিংগিৰী পাহাৰত থকা RSS কাৰ্যালয়ত আজি নিশা কটাই কাইলৈ গুৱাহাটীত বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব। ২২ জুলাইত গুৱাহাটীৰ পৰা উভতি যাব RSS প্ৰধান গৰাকী।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি