
ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
আমিনগাঁৱৰ লাচিতপুৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে খুন্দিয়ালে বৰযাত্ৰীৰ বাহনক। গুৱাহাটীৰ ফটাশিল আমবাৰীৰ পৰা হাজো অভিমুখে হৈ আছিল বৰযাত্ৰী কঢ়িয়াই নিয়া AS-01-PC-3080 নম্বৰৰ আৰ্টিগা বাহনখন। দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে দৰাসহ কেইবাজনো বৰযাত্ৰীৰ। ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|