• Home
  • »
  • News
  • »
  • assam
  • »
  • খানাপাৰাত অন্তিম পৰ্যায়ৰ পৰ্যবেক্ষণ ! মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বৈঠক ...

খানাপাৰাত অন্তিম পৰ্যায়ৰ পৰ্যবেক্ষণ ! মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বৈঠক ...

৭৪ৰ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন ৷ এটা দিন বাকী থকা অৱস্থা খানাপাৰাত অন্তিম পৰ্যায়ৰ পৰ্যবেক্ষণ আৰক্ষী আযুক্তসহ শীৰ্ষ আৰক্ষী বিষয়াৰ ৷

  • Share this:
৭৪ৰ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন ৷ এটা দিন বাকী থকা অৱস্থাত খানাপাৰাত অন্তিম পৰ্যায়ৰ পৰ্যবেক্ষণ আৰক্ষী আযুক্তসহ শীৰ্ষ আৰক্ষী বিষয়াৰ ৷ আইন শৃংখলাজনিত কোনো ক্ৰতি যাতে ৰৈ নাযায় তাৰ বাবে পৰ্যালোচনা আৰক্ষীৰ ৷

গণৰাজ্য দিৱসৰ দিনটোত মুকলি ভাৱে উদযাপন কৰিবলৈ আহ্বান আৰক্ষী আযুক্তৰ ৷ খানাপাৰাৰ কেন্দ্ৰীয় অনুষ্ঠানৰ ভাগ ল'বলৈ আহ্বান জনতাক ৷ দৰ্শকৰ বাবে পৰ্যাপ্ত আসনৰ ব্যৱস্থা কৰা বুলি দাবী আয়ুক্তৰ ৷ অৱশ্যে খেলপথাৰত প্ৰৱেশৰ সময়ত কিছু সামগ্ৰী লৈ অহাত থাকিব বাধা ৷ চুৰি বা তেনে সামগ্ৰী লৈ অহাত থাকিব বাধা ৷ প্ৰতিগৰাকী লোকক চেকিং কৰি প্ৰবেশ কৰিব দিয়া হ'ব খানাপাৰাত ৷ ইয়াৰ বাবে খানাপাৰাকে ধৰি মহানগৰীত পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা হৈছে ৷ কিয়নো নিষিদ্ধ ঘোষিত সংগঠনে গণৰাজ্য দিৱস বৰ্জন কৰিছে ৷ তেনে সময়ত যাতে জনসাধাৰণৰ কোনো ক্ষয় ক্ষতি নহয়, তাৰবাবে ব্যৱস্থা লোৱা হৈছে, মন্তব্য আৰক্ষী আয়ুক্তৰ ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি