মুখ্যপৃষ্ঠা »খবৰ »অসম »Jio True 5G Launches in Guwahati: গুৱাহাটীত আৰম্ভ হ'ল Jio True 5G সেৱা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে মুকলি

Jio True 5G Launches in Guwahati: গুৱাহাটীত আৰম্ভ হ'ল Jio True 5G সেৱা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে মুকলি

গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে Jio True 5G

গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে Jio True 5G

কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা সকলো ভক্তক বিনামূলীয়াকৈ True 5G চালিত WiFi সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে Jioয়ে।

  • Share this:
উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰডলি গুৱাহাটীত আজি মুকলি হʼল Jio True 5G সেৱা। আজি জনতা ভৱনত সভাকক্ষৰ পৰাই মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এই সেৱা।

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে Jio য়ে গুৱাহাটী চহৰত মুকলি কৰিলে True 5G সেৱা।


আজিৰ পৰা Jio ব্যৱহাৰকাৰীসকললৈ Jio Welcome অফাৰলৈ আমন্ত্ৰণ জনোৱা হ'ব। ফলত কোনো অতিৰিক্ত খৰছ নোহোৱাকৈ ব্য়ৱহাৰকাৰীয়ে 1 Gbps পৰ্যন্ত গতিবেগৰ অসীমিত ডেটা লাভ কৰিব।

তদুপৰি, কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা সকলো ভক্তক বিনামূলীয়াকৈ True 5G চালিত WiFi সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে Jioয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি