মুখ্যপৃষ্ঠা »খবৰ »অসম »Rajyasabha Election: ৰিপুণ বৰা পৰাস্ত, পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌড়া নাৰ্জাৰীৰ জয়

Rajyasabha Election: ৰিপুণ বৰা পৰাস্ত, পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌড়া নাৰ্জাৰীৰ জয়

Rajyasabha Election: ৰিপুণ বৰাই লাভ কৰিলে ৩৪টা ভোট। ৰিপুণ বৰাৰ পক্ষত দিয়া ২টা ভোট বাতিল হৈছে।

Rajyasabha Election: ৰিপুণ বৰাই লাভ কৰিলে ৩৪টা ভোট। ৰিপুণ বৰাৰ পক্ষত দিয়া ২টা ভোট বাতিল হৈছে।

Rajyasabha Election: ৰিপুণ বৰাই লাভ কৰিলে ৩৪টা ভোট। ৰিপুণ বৰাৰ পক্ষত দিয়া ২টা ভোট বাতিল হৈছে।

  • Share this:
ৰাজ্যসভা নিৰ্বাচন (Rajyasabha Election)ত পৰাস্ত হ'ল ৰিপুণ বৰা (Ripun Bora)।

বিজয়ী হ'ল বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ ৰৌণগৌড়া নাৰ্জাৰী।

ৰিপুণ বৰাই লাভ কৰিলে ৩৪টা ভোট। ৰিপুণ বৰাৰ পক্ষত দিয়া ২টা ভোট বাতিল হৈছে।

সংবাদমাধ্যমত ৰিপুণ বৰাই নিজে এই কথা সদৰী কৰিলে।

কাউণ্টিং হলৰ পৰা ওলাই আহি নিজে সংবাদমাধ্যমত নিজৰ পৰাজ.ৰ কথা সদৰী কৰে ৰিপুণ বৰাই।

উল্লেখ্য যে সন্ধিয়া ৫ বজাৰ পৰিবৰ্তে প্ৰায় ৬ ঘণ্টা পলমকৈ নিশা হৈছিল ভোট গণনা।

ভোটগণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণাৰ আগতেই নিজৰ পৰাজয়ৰ কথা সদৰী কৰে ৰিপুণ বৰাই।

উল্লেখ্য যে ভোট ভুলকৈ দিয়াৰ অভিযোগত কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদক ইতিমধ্যে দলৰ পৰা নিলম্বন কৰা হৈছে। প্ৰশ্ন হৈছে বিৰোধী শিবিৰৰ কোনে কোনে বিশ্বাসঘাতকতা কৰিলে ৰিপুণ বৰাক।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি