• Home
  • »
  • News
  • »
  • assam
  • »
  • Petrol-Diesel Price: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ হাহাকাৰ ! পেট্ৰ'লে ইতিমধ্যে চেঞ্চুৰী কোবাইছে, কিন্তু ইয়াত আপুনি ৫০ টকাৰো তলত কিনিব পাৰিব প্ৰতি লিটাৰ পেট্ৰ'ল...

Petrol-Diesel Price: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ হাহাকাৰ ! পেট্ৰ'লে ইতিমধ্যে চেঞ্চুৰী কোবাইছে, কিন্তু ইয়াত আপুনি ৫০ টকাৰো তলত কিনিব পাৰিব প্ৰতি লিটাৰ পেট্ৰ'ল...

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । ৰঙিয়াৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আতৰৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৪৯.৫৬ টকা । কিন্তু ৰঙিয়াত প্ৰতি লিটাৰত পেট্ৰলৰ মূল্য হৈছেগৈ ১০০.৭৬ টকা ।

  • Share this:

    পূজাৰ বতৰত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উপায় নোহোৱা হৈছে । পৰিয়াল পোহপাল দিব নে নিজৰ দুচকীয়া অথবা চাৰিচকীয়া বাহনত পেট্ৰ'ল ভৰাব তাকে লৈ চিন্তিত পৰিছে । ইফালে ৰাজ্য চৰকাৰে পেট্ৰ'লৰ মূল্য ৰোধ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে জনতা । তাৰ বিপৰীতে আকৌ পেট্ৰ'লৰ মূল্য হ্ৰাস কৰিব নোৱাৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই পেট্ৰ'লৰ মূল্যবৃদ্ধি সন্দৰ্ভত কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সৰ্ব সাধৰণ জনতা ।
    Published by:Kokil Sarma
    First published:

    শেহতীয়া বাতৰি