পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । ৰঙিয়াৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আতৰৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৪৯.৫৬ টকা । কিন্তু ৰঙিয়াত প্ৰতি লিটাৰত পেট্ৰলৰ মূল্য হৈছেগৈ ১০০.৭৬ টকা ।

পূজাৰ বতৰত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উপায় নোহোৱা হৈছে । পৰিয়াল পোহপাল দিব নে নিজৰ দুচকীয়া অথবা চাৰিচকীয়া বাহনত পেট্ৰ'ল ভৰাব তাকে লৈ চিন্তিত পৰিছে । ইফালে ৰাজ্য চৰকাৰে পেট্ৰ'লৰ মূল্য ৰোধ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে জনতা । তাৰ বিপৰীতে আকৌ পেট্ৰ'লৰ মূল্য হ্ৰাস কৰিব নোৱাৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই পেট্ৰ'লৰ মূল্যবৃদ্ধি সন্দৰ্ভত কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সৰ্ব সাধৰণ জনতা ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|