
ভেকছিনৰ দুয়োটা dose লোৱাসকলে আৰু বিমান বন্দৰ কিম্বা ৰে'ল ষ্টেচন ক'ভিড পৰীক্ষা কৰিব নালাগে। তেওঁলোকক ৰেহাই দিয়া হৈছে। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।
ভেকছিনৰ দুয়োটা dose লোৱাসকলে আৰু বিমান বন্দৰ কিম্বা ৰে'ল ষ্টেচন ক'ভিড পৰীক্ষা কৰিব নালাগে। তেওঁলোকক ৰেহাই দিয়া হৈছে। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ প্ৰধান সচিবে এক নিৰ্দেশনা যোগে দিছে এটি ভাল খবৰ। ক'ৰোনা ভেকছিনৰ দুয়োটা পালি লোৱা লোকসকললৈ এই ভাল খবৰ।
ভেকছিনৰ দুয়োটা dose লোৱাসকলে আৰু বিমান বন্দৰ কিম্বা ৰে'ল ষ্টেচন ক'ভিড পৰীক্ষা কৰিব নালাগে। তেওঁলোকক ৰেহাই দিয়া হৈছে। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। সম্প্ৰতি ৰাজ্যত টীকাকৰণ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি থকাৰ লগতে পূৰ্বতকৈ আক্ৰান্তৰ সংখ্যাও হ্ৰাস পাইছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|