
NRC Assam : বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ কাৰ্যকাল অহা ৩১ জুলাইত অন্ত পৰিব।
NRC Assam : বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ কাৰ্যকাল অহা ৩১ জুলাইত অন্ত পৰিব।
পাৰ্থ প্ৰতীম মজুমদাৰক NRCৰ নতুন ৰাজ্যিক সমন্বয়কৰ দায়িত্ব অৰ্পণ। লগতে NRCৰ সঞ্চালক হিচাপেও দায়িত্ব দিয়া হয় পাৰ্থ প্ৰতীম মজুমদাৰক।
উল্লেখ্য যে বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ কাৰ্যকাল অহা ৩১ জুলাইত অন্ত পৰিব। অসম চৰকাৰৰ পাৰ্চনেল বিভাগে এই কথা সদৰী কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|