মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid 19 Assam: ভাল খবৰ! কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি। ১৫ দিন ধৰি GMCHত হৈ আছিল চিকিৎসাধীন।

Covid 19 Assam: ভাল খবৰ! কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি। ১৫ দিন ধৰি GMCHত হৈ আছিল চিকিৎসাধীন।

যোৱ ২৪ এপ্ৰিলত সাহিত্যিকগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোণাৰ ভাইৰাছ। লগে লগে তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত।

  • Share this:
কোৰোণাক পৰাস্ত কৰি সুস্থ শৰীৰে ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।  GMCHত ১৫ দিন ধৰি কোৰণাৰে যুজি আছিল বজ্ঞষীয়ান সাহিত্যিকগৰাকী। শুকুৰবাৰেই বৰগোহাঞিৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও আজিহে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় সাহিত্।িকগৰাকীক।

যোৱ ২৪ এপ্ৰিলত সাহিত্যিকগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোণাৰ ভাইৰাছ। লগে লগে তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত।

৮৮ বছৰীয়া স্বনামধন্য সাহিত্যিক তথা অসমৰ জনসমাজৰ প্ৰেৰণাৰ উৎস হোমেন বৰগোহাঞি কোৰোণাত আক্ৰান্ত হোৱা বাতৰিয়ে সকলোকে মৰ্মাহত কৰিছিল। কিন্তু স্বাস্থ্য ৰক্ষাৰ প্ৰতি সদা সচেতন আৰু আনকো সুস্বাস্থ্য গঢ়িবলৈ অনুপ্ৰেৰণা দি অহা হোমেন বৰগোহাঞিয়ে চিকিৎসকৰ যত্নৰ লগতে নিজৰ মানসিক বলেৰেও পৰাস্ত কৰিলে কোৰোণাক।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি