মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰধানমন্ত্ৰী আহি আছে... ড্ৰ'ন উৰুওৱাত নিষেধাজ্ঞা

প্ৰধানমন্ত্ৰী আহি আছে... ড্ৰ'ন উৰুওৱাত নিষেধাজ্ঞা

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ শপতগ্ৰহণৰ বাবে অহা ৭ মাৰ্চত প্ৰথমে গুৱাহাটীত আহি উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । যাৰ বাবে তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক বিজেপিৰ লগতে প্ৰশাসন । 

  • Share this:
গুৱাহাটী, 5 মাৰ্চ:  উত্তৰ পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ৭ আৰু ৮ মাৰ্চত গুৱাহাটীৰ আকাশত উৰুৱাব নোৱাৰিব ড্ৰ'ন ৷

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ শপতগ্ৰহণৰ বাবে অহা ৭ মাৰ্চত প্ৰথমে গুৱাহাটীত আহি উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যাৰ বাবে তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক বিজেপিৰ লগতে প্ৰশাসন।

গুৱাহাটীৰ পৰা ৮ মাৰ্চত ত্ৰিপুৰালৈ যাব নৰেন্দ্ৰ মোদী, পুৱা ৯:৩০ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে শপতগ্ৰহণ অনুষ্ঠানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণসূচীৰ বাবেই ৭ আৰু ৮ মাৰ্চত No Flying Zone ঘোষণা কৰিছে প্ৰশাসনে।

বিশেষকৈ ড্ৰ'ন উৰুওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশানসনে। অহা এপ্ৰিল মাহত অসম চৰকাৰে বিহুক গীনিজ বুক ৰেকৰ্ডৰ বাবে নিবলৈ যি প্ৰয়াস কৰিছে সেই অনুষ্ঠানতো প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকিব বহুকেইখন ৰাজ্যৰ মূখ্যমন্ত্ৰী। আনহাতে ৮ মাৰ্চৰ নিশাৰ ভাগলৈ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি