
গুৱাহাটীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
সকলো চিটী বাছত থাকিব লাগিব E-Ticketing ৰ মেচিন।
গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন। য'ত জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ ভাড়া। ১ নৱেম্বৰলৈ সময়সীমা কামৰূপ মেট্ৰ'ৰ জিলা পৰিবহণ বিভাগৰ।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|