• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, বাছত এই যন্ত্ৰ থকাটো বাধ্যতামূলক

গুৱাহাটীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, বাছত এই যন্ত্ৰ থকাটো বাধ্যতামূলক

গুৱাহাটীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

গুৱাহাটীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

সকলো চিটী বাছত থাকিব লাগিব E-Ticketing ৰ মেচিন।

  • Share this:
গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন। য'ত জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ ভাড়া। ১ নৱেম্বৰলৈ সময়সীমা কামৰূপ মেট্ৰ'ৰ জিলা পৰিবহণ বিভাগৰ।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি