মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনত মহানগৰবাসীলৈ বিশেষ উপহাৰ ! কি এই উপহাৰ ?

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনত মহানগৰবাসীলৈ বিশেষ উপহাৰ ! কি এই উপহাৰ ?

ব্যস্ততাময় ফাঁচীবজাৰৰ দুই কাষৰ লোক অতিক্ৰমৰ বাবে নিতৌ সৃষ্টি হয় ভযংকৰ যানজঁট ৷ ইমানে নহয় সময়ে সময়ে সংঘটিত হয় দুৰ্ঘটনা ৷ এনে দীৰ্ঘদিনীয়া সমস্যা ৰোধৰ অন্ত পেলাই অৱশেষত মুকলি কৰিলে ফাঁচীবজাৰৰ অত্যাধুনিক পদপথ সেতু ৷

  • Share this:
দীৰ্ঘদিনীয়া ফাচীবজাৰৰ যানজঁট ৰোধৰ বাবে বিশেষ সহায়ক হোৱাকৈ মহানগৰীত সংযোজন ঘটিল আন এক পদপথ সেতু !

উত্তৰ পূৱৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ স্বৰূপ ফাঁচীবজাৰ ৷ ফাঁচীবজাৰত নিতৌ সমাগম হয় হাজাৰ হাজাৰ লোক ৷ ব্যস্ততাময় ফাঁচীবজাৰৰ দুই কাষৰ লোক অতিক্ৰমৰ বাবে নিতৌ সৃষ্টি হয় ভযংকৰ যানজঁট ৷ ইমানে নহয় সময়ে সময়ে সংঘটিত হয় দুৰ্ঘটনা ৷ এনে দীৰ্ঘদিনীয়া সমস্যা ৰোধৰ অন্ত পেলাই অৱশেষত মুকলি কৰিলে ফাঁচীবজাৰৰ অত্যাধুনিক পদপথ সেতু ৷

১৬ কোটি ৬০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা সেতু মুকলি মুখ্যমন্ত্ৰীৰ ৷ অনাগত ৫ বছৰলৈ সেতু চাফচিকুন, মেৰামতি সকলো দায়িত্ব ন্যস্ত থাকিব ঠিকাদাৰ অনিল দাসৰ হাতত ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে মহানগৰীত সংযোজন ঘটিছিল ৫ খন এক্সেভেটৰ যুক্ত পদপথ সেতু ৷ যিকেইখনৰ মেৰামেতি অথবা চোৱাচিতা দায়িত্ব নিয়োজিত নকৰাৰ বাবে সময়ে সময়ে বিকল হৈছিল ৷ এনে সময়ত পুনৰ নিৰ্দিষ্ট প্ৰতিষ্ঠানক দায়িত্ব অৰ্পনৰ বাবে পদক্ষেপ ল'ব চৰকাৰে ৷ অনুষ্ঠানতে মহানগৰীত নিৰ্মীয়মান মালিগাঁও , জু ৰোডৰ উৰণীয়া সেতু চলিত বৰ্ষত মুকলি কৰাৰ প্ৰতিশ্ৰুতি ৷ একেদৰে বামুণীমৈদান গুৱাহাটী ক্লাৱ সংযোগী উৰণীয়া সেতুৰ কাম চলিত বছৰত আৰম্ভ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুঠৰ ওপৰত মহানগৰখন সজাই পৰাই তুলিবলৈ ওপজা দিনটোত কেইবাটাও মন্তব্য ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি