মুখ্যপৃষ্ঠা »খবৰ »অসম »New Assamese Film: দীর্ঘবিৰতিৰ অন্তত NK Production ৰ বেনাৰত পুনৰ অসমীয়া ছবি

New Assamese Film: দীর্ঘবিৰতিৰ অন্তত NK Production ৰ বেনাৰত পুনৰ অসমীয়া ছবি

দীর্ঘবিৰতিৰ অন্তত NK Production ৰ বেনাৰত নতুন অসমীয়া ছবি 'শ্লামবুক'

দীর্ঘবিৰতিৰ অন্তত NK Production ৰ বেনাৰত নতুন অসমীয়া ছবি 'শ্লামবুক'

"শ্লামবুক" নামৰ এই নতুন ছবিখন আগন্তক ৫ মে'ত ছবিগৃহলৈ আহিব । মহানগৰীৰ হোটেল এন কেত আজি ছবিখনৰ গীত আৰু ভিডিঅ' মুকলি কৰে জুবিন গাৰ্গে । 

  • Share this:
গুৱাহাটী, ১২ মাৰ্চ: দীর্ঘবিৰতিৰ অন্তত এন কে প্ৰডাকচনৰ বেনাৰত পুনৰ অসমীয়া ছবি । এন কে প্ৰডাকচনৰ বেনাৰত শীঘ্ৰে এখন নতুন অসমীয়া ছবি আহিব ছবিগৃহলৈ ।

"শ্লামবুক" নামৰ এই নতুন ছবিখন আগন্তক ৫ মে'ত ছবিগৃহলৈ আহিব । মহানগৰীৰ হোটেল এন কেত আজি ছবিখনৰ গীত আৰু ভিডিঅ' মুকলি কৰে জুবিন গাৰ্গে ।

ছবিখনৰ প্ৰযোজক দেৱ বৰকটকী ,অভিনেতা যতীন বৰা, সংগীত শিল্পী দিগন্ত ভাৰতী, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে আজিৰ এই অনুষ্ঠানত । ছবিখনৰ পৰিচালনা প্ৰাঞ্জল গয়াৰীৰ ৷

আনহাতে শ্লেমবুকৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে । আজিৰ এই অনুষ্ঠানত ভাগ লৈ জুবিন গাৰ্গে কয় যে এইবাৰ বিহুত তেওঁ পূৰ্বৰ দৰে ধাৰাবাহিকভাবে বিহুৰ অনুষ্ঠান নকৰে ।

এটা অনুষ্ঠানৰ পিচত আন এটা অনুষ্ঠান কৰোঁতে মাজত এটা দিন জিৰণি ল'ব বুলি আজি প্ৰকাশ কৰে জুবিন গাৰ্গে ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি