
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰে গগৈয়ে।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰে গগৈয়ে।
মহা অষ্টমীৰ দিনটোত শক্তিপীঠ কামাখ্যাত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ সাংসদ ৰঞ্জন গগৈ। দেৱালয়ত উপস্থিত হৈ মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা–অৰ্চনা আগবঢ়ালে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে। উল্লেখযোগ্য যে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰে গগৈয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|