মুখ্যপৃষ্ঠা »খবৰ »অসম »Independence Day 2021 : মুক্তি যুঁজাৰুৰ মাহিলী পেঞ্চন ৩৬ হাজাৰ টকালৈ বৃদ্ধি, মৃত্যুত ৰাজ্যিক মৰ্যাদাৰে হ'ব শেষকৃত্য

Independence Day 2021 : মুক্তি যুঁজাৰুৰ মাহিলী পেঞ্চন ৩৬ হাজাৰ টকালৈ বৃদ্ধি, মৃত্যুত ৰাজ্যিক মৰ্যাদাৰে হ'ব শেষকৃত্য

মুক্তিযুজাৰুসকলৰ মহিলি পেঞ্চন ২৩ হাজাৰৰ পৰা ৩৬ হাজাৰ টকালৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে।

মুক্তিযুজাৰুসকলৰ মহিলি পেঞ্চন ২৩ হাজাৰৰ পৰা ৩৬ হাজাৰ টকালৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে।

  • Share this:
স্বাধীনতা দিৱসৰ (Independence Day 2021) শুভক্ষণত স্বাধীনতা সমগ্ৰামীসকললৈ অনন্য উপহাৰ ৰাজ্য চৰকাৰৰ। যিসকল মুক্তিযুঁজাৰুৰ বাবে দেশ আজি স্বাধীন তেওঁলোকৰ বাবে চৰকাৰে কোনোধৰণৰ কাৰ্পণ্য কৰিব বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ চৰকাৰে। সেয়ে ৭৫ সংখ্যক স্বাধীনতা দীৱসৰ দিনা মুক্তিযুঁজাৰুসকলৰ মাহিলী পেন্সন বৃদ্ধিৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

সেই অনুসাৰে মুক্তিযুজাৰুসকলৰ (Freedom Fighters) মহিলি পেঞ্চন ২৩ হাজাৰৰ পৰা ৩৬ হাজাৰ টকালৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে। ইয়াৰ লগতে মুক্তিযুজাৰুসকলৰ মৃত্যুৰ পিছত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি