
লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে শিশুটিৰ পৰিয়ালে।
লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে শিশুটিৰ পৰিয়ালে।
মহানগৰীত পুনৰ যৌন নিৰ্যাতনৰ ঘটনা। এগৰাকী ৬ বছৰীয়া শিশুক নিৰ্যাতন চলাইছিল এজন জঘন্য মানসিকতাৰ লোকে। গাড়ীৰ চালকে চলাইছিল নিৰ্যাতন। ইতিমধ্যে গাড়ী চালক গগন দাসক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে শিশুটিৰ পৰিয়ালে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|