• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ মহানগৰীত জঘন্য ঘটনা, গাড়ীচালকৰ কামনাৰ বলি ৬ বছৰীয়া শিশু

পুনৰ মহানগৰীত জঘন্য ঘটনা, গাড়ীচালকৰ কামনাৰ বলি ৬ বছৰীয়া শিশু

লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে শিশুটিৰ পৰিয়ালে।

লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে শিশুটিৰ পৰিয়ালে।

লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে শিশুটিৰ পৰিয়ালে।

  • Share this:
মহানগৰীত পুনৰ যৌন নিৰ্যাতনৰ ঘটনা। এগৰাকী ৬ বছৰীয়া শিশুক নিৰ্যাতন চলাইছিল এজন জঘন্য মানসিকতাৰ লোকে। গাড়ীৰ চালকে চলাইছিল নিৰ্যাতন। ইতিমধ্যে গাড়ী চালক গগন দাসক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে শিশুটিৰ পৰিয়ালে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি