মুখ্যপৃষ্ঠা »খবৰ »অসম »Mission Kurukshetra : মহানগৰীৰ ৰাজপথত ‘মিছন কুৰুক্ষেত্ৰ’, সাজু কৰি ৰাখক গাড়ীৰ সকলো নথি–পত্ৰ

Mission Kurukshetra : মহানগৰীৰ ৰাজপথত ‘মিছন কুৰুক্ষেত্ৰ’, সাজু কৰি ৰাখক গাড়ীৰ সকলো নথি–পত্ৰ

অভিযানত এতিয়ালৈ জব্দ হৈছে ২০খন বাহন। নথি–পত্ৰ সঠিককৈ ৰাখিবলৈ সকলোকে আহ্বান জনাইছে পৰিবহণ বিষয়াই।

অভিযানত এতিয়ালৈ জব্দ হৈছে ২০খন বাহন। নথি–পত্ৰ সঠিককৈ ৰাখিবলৈ সকলোকে আহ্বান জনাইছে পৰিবহণ বিষয়াই।

অভিযানত এতিয়ালৈ জব্দ হৈছে ২০খন বাহন। নথি–পত্ৰ সঠিককৈ ৰাখিবলৈ সকলোকে আহ্বান জনাইছে পৰিবহণ বিষয়াই।

  • Share this:
গুৱাহাটী (Guwahati) মহানগৰীৰ জি এছ ৰোডত (GS Road) চলিছে পৰিবহণ বিভাগৰ মিছন কুৰুক্ষেত্ৰ (Mission Kurukshetra)। এই অভিযানৰ আজি অষ্টমটো দিন। ৩১ মাৰ্চলৈ চলিব অভিযান। অকল ৰাজপথতে নহয়, বিদ্যালয়, উদ্যোগ, ট্ৰেভেল এজেঞ্চীতো চলাব এই অভিযান। জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত চলোৱা হৈছে এই অভিযান।

অভিযানত এতিয়ালৈ জব্দ হৈছে ২০খন বাহন। নথি–পত্ৰ সঠিককৈ ৰাখিবলৈ সকলোকে আহ্বান জনাইছে পৰিবহণ বিষয়াই। বকেয়া নিদিয়া বাহনকো বকেয়া দিবলৈ জনালে আহ্বান।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি