মুখ্যপৃষ্ঠা »খবৰ »অসম »কংগ্ৰেছ ত্যাগ কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে। বিধায়ক পদো কৰিলে ত্যাগ। বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল।

কংগ্ৰেছ ত্যাগ কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে। বিধায়ক পদো কৰিলে ত্যাগ। বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল।

ৰূপজ্যোতিৰ মন্তব্য, "সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰত মই BJPত যোগদান কৰিম।"

  • Share this:
কংগ্ৰেছ ত্যাগ কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে। APCCৰ সভাপতি ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছক শেষ কৰিলে বুলি প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰি কংগ্ৰেছ এৰিলে ৰূপজ্যোতিয়ে।

একেলগে বিধায়ক পদৰ পৰাও ইস্তফা দিলে ৰূপজ্যোতিয়ে। পদত্যাগ পত্ৰ দাখিল কৰিলে বিধানসভাৰ অধ্যক্ষৰ হাতত। ৰূপজ্যোতিৰ ম্তব্য,  "৪ বাৰকৈ মই মৰিয়নি সমষ্টিৰ পৰা জয়ী হৈ আহিছিলোঁ পবিত্ৰ সদনলৈ ৷ মোৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰক ছাৰ।"

ৰূপজ্যোতিৰ মন্তব্য, "সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰত মই BJPত যোগদান কৰিম।"

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি