
১৭ আগষ্টৰ পৰা এমাহ মাক–দেউতাক তথা পৰিয়ালৰ সৈতে কটাব লাভলীনা বৰগোঁহায়ে।
১৭ আগষ্টৰ পৰা এমাহ মাক–দেউতাক তথা পৰিয়ালৰ সৈতে কটাব লাভলীনা বৰগোঁহায়ে।
নতুন দিল্লী অভিমুখে ৰাওনা লাভলীনা বৰগোহাঁই। চাৰিদিন নতুন দিল্লীত কটাব লাভলীনা বৰগোহাঁয়ে। ১৫ আগষ্টত লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব লাভলীনা। ১৭ আগষ্টত পুনৰ অসমলৈ উভতি আহিব। ১৭ আগষ্টৰ পৰা এমাহ মাক–দেউতাক তথা পৰিয়ালৰ সৈতে কটাব লাভলীনা বৰগোঁহায়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|