Diwali 2021: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ঘোষণা। দিপাৱলী উপলক্ষে ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান বন্ধ থাকিব।

Diwali 2021: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ঘোষণা। দিপাৱলী উপলক্ষে ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। কামৰূপ মেট্ৰো জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান বন্ধ থাকিব।
বিভিন্ন দল-সংগঠনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই বন্ধ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এক নিৰ্দেশনাযোগে জানিবলৈ দিয়ে এই কথা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|