মুখ্যপৃষ্ঠা »খবৰ »অসম »Hemanta Choren: শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ, পত্নী, দুই পুত্ৰসহ মা কামাখ্যাৰ আশিষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে

Hemanta Choren: শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ, পত্নী, দুই পুত্ৰসহ মা কামাখ্যাৰ আশিষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে

Hemanta Choren: পত্নী,দুই পুত্ৰসহ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে

  • Share this:
সোমবাৰে শক্তিপীঠ কামাখ্যা (Kamakhya)ত উপস্থিত হয় ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ (Jharkhand CM Hemant Choren)। কামাখ্যা দেৱালয়ত উপস্থিত হৈ পত্নী, দুই পুত্ৰসহ মা কামাখ্যাৰ আশিষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে সম্প্ৰতি অসম ভ্ৰমণলৈ আহিছে মুখ্যমন্ত্ৰীজন।

কামাখ্যা দৰ্শনৰ সময়ছোৱাত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰী চোৰেণে মা কামাখ্যাৰ আশীৰ্বাদ লৈ নিজকে ধন্য হোৱা বুলি প্ৰকাশ কৰে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ লগতে অসমৰ আন আন ঠাই ভ্ৰমণৰ সম্ভাৱনা আছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি