মুখ্যপৃষ্ঠা »খবৰ »অসম »Inter-District Transport : ১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত, থাকিব কি কি চৰ্ত, জানক সকলো...

Inter-District Transport : ১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত, থাকিব কি কি চৰ্ত, জানক সকলো...

১৬ আগষ্টৰ পৰা যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত খুলিব আন্তঃজিলা যাতায়াত।

১৬ আগষ্টৰ পৰা যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত খুলিব আন্তঃজিলা যাতায়াত।

১৬ আগষ্টৰ পৰা যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত খুলিব আন্তঃজিলা যাতায়াত।

  • Share this:
অৱশেষত ১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত। নিৰ্ধাৰিত নিয়মৰ অধীনত চলাচল কৰিব পাৰিব আন্তঃজিলা পৰিবহণ। এই ঘোষণাৰ লগে লগে বাছ মালিক আৰু চালক-হেণ্ডিমেনসকলৰ বাবে আহিছে ভাল খবৰ।

যুগ্ম-অযুগ্ম (Odd-Even) নম্বৰৰ ভিত্তিত আন্তঃজিলা যাতায়াত মুকলি কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। ১৫ আগষ্টৰ পিছত আন্তঃজিলা যাতায়াত খুলি দিয়াৰ কথা পূৰ্বেই প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

তদুপৰি ১৬ আগষ্টৰ পৰা দোকান-পোহাৰ খোলাৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অচিৰেই এই সম্পৰ্কত জাননী জাৰি কৰিব চৰকাৰে।

কোৰোণাৰ সংক্ৰমণৰ বাবেই কেইবা মাহ ধৰি বন্ধ হৈ আছিল আন্তঃজিলা যাতায়াত।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি