৭৬সংখ্যক স্বাধীনতা দিৱস (76th Independence Day) উপলক্ষে অসম আৰক্ষী (Assam Police)ৰ মুঠ ৩৮ গৰাকী বিষয়া আৰু জোৱানলৈ আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ পুলিচ মেডেল।
মৰণোত্তৰভাৱে দুজন আৰক্ষী বিষয়ালৈ যঁচা হৈছে মখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক। তেওঁলোক হৈছে -
নগাঁও DEFৰ প্ৰয়াত SI সমুজ্জ্বল কটকী
নগাঁও DEFৰ প্ৰয়াত UBC ৰাজীৱ বৰদলৈ
মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক লাভ কৰা আন আৰক্ষী বিষয়া-জোৱানসকল হৈছে-
কাছাৰৰ SP ৰমনদ্বীপ কৌৰ
বজালীৰ SP ধৰ্মেন্দ্ৰ কুমাৰ দাস
বজালীৰ উপ আৰক্ষী অধীক্ষক (DSP) পুস্কল গগৈ
ডিমা হাচাওৰ উপ আৰক্ষী অধীক্ষক (DSP) বৰ্কিটী টেৰাং
কাছাৰৰ DEFৰ UB অমৃত কুমাৰ সিং
কাছাৰৰ DEFৰ SI দেৱব্ৰত ফুকন
ডিমা হাচাও DEFৰ SI(UB) লক্ষীন্দ্ৰ শইকীয়া
ডিমা হাচাও SI(UB)ৰ মাহিদুল জামান
গুৱাহাটী F&ESৰ সঞ্জয় সিংঘা
গুৱাহাটী F&ESৰ নন্দ ৰাম বৰদলৈ
গুৱাহাটী F&ESৰ হৰদ্বীপ সিং
গুৱাহাটী F&ESৰ নিৰ্মল ৰাভা
গুৱাহাটী F&ESৰ অজয় হুকাই
গুৱাহাটী F&ESৰ শংকৰ চন্দ্ৰ ৰয়
কাছাৰ DEFৰ UBC বিনয় কুমাৰ সিংঘা
কাছাৰ DEFৰ UBC নবেন্দু বৰ্মন
আনহাতে মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা আৰক্ষী পদক (Chief Minister's Police Medal for Outstanding Service) লাভ কৰিছে
AIGP ডঃ ধনঞ্জয় পৰশুৰাম ঘনাৱট, গুৱাহাটী
SP (V&AC) মজিবুৰ ৰহমান, গুৱাহাটী
গোৱালপাৰাৰ SP ভি ভি ৰাকেশ ৰেড্ডী পালাগিৰি
মান্দাকাটাৰ কমাণ্ডো বেটেলিয়নৰ কমাণ্ডেণ্ট APS বিষয়া সঞ্জীৱ কুমাৰ শইকীয়া
কাজিৰঙাৰ ASP (STF) ধ্ৰুৱজ্যোতি নাথ
গোসাঁইগাঁৱৰ SDPO সৌৰভ গুপ্তা
ৰঙিয়াৰ SDPO সুশান্ত সিং
কামৰূপৰ DSP (HQ) কল্যাণ কুমাৰ পাঠক
কাৰ্বি আংলঙৰ DSP (HQ) নাহিদ কৰিশ্মা
DSP (V&AC) মুজাফ্ফৰ হুছেইন
তিনিচুকীয়াৰ DSP(P) পাৰ্থ প্ৰতিম দুৱৰা
বিশ্বনাথৰ পৰিদৰ্শক (UB) সঞ্জিৎ কুমাৰ ৰায়
পাণবাৰীৰ 20th AP(IR) Bnৰ পৰিদৰ্শক (UB) গৌৰৱজ্যোতি মহন্ত
CIDৰ পৰিদৰ্শক (Prog) দীপক দাস
কোকৰাঝাৰৰ পৰিদৰ্শক (UB) মনেশ্বৰ বে
গুৱাহাটীৰ পুলিচ কমিছনাৰেটৰ SI (UB) কপিল পাঠক
কাৰ্বিআংলঙৰ কনিষ্টবল বন্ধুৰাম বসুমতাৰী
5th APBnৰ কনিষ্টবল পৰিতোষ নাথ
4th APBnৰ কনিষ্টবল পৰাগ ডেকা
10th APBnৰ জোৱান অজিত গগৈ (অৱসৰপ্ৰাপ্ত)
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|