
মেট্ৰিক পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল। সংবদামেলতেই ঘোষণা ৩১ জুলাইৰ ভিতৰত দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল।
মেট্ৰিক পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল। সংবদামেলতেই ঘোষণা ৩১ জুলাইৰ ভিতৰত দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল।
মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল। সংবদামেলতেই ঘোষণা ৩১ জুলাইৰ ভিতৰত দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতেই ঘোষণা কৰা হ'ব ফলাফল। নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ দিয়া হ'ব। ২০ শতাংশ নম্বৰ শিক্ষকে নিৰূপন কৰিব। উপস্থিতি-নিয়মানুৱৰ্তিতাৰ পৰা থাকিব ২০ শতাংশ নম্বৰ। এই ফমূৰ্লা দশম শ্ৰেণীৰ পৰীক্ষা হোৱা বিদ্যালয়সমূহৰ বাবে।
যি বিদ্যালয়ত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই তেনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা দিয়া হ'ব। বাকী ৩০ শতাংশ নম্বৰ শিক্ষকে নিৰূপন কৰিব। এইবাৰ নাথাকিব স্থান, ষ্টাৰ, ডিষ্টিংছন আদিৰ ব্যৱস্থা। দিব্য়াংগ শিক্ষাৰ্থীৰ নম্বৰ বিদ্যালয়ৰ পৰা দিয়া হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|