মুখ্যপৃষ্ঠা »খবৰ »অসম »Burning Train: মহানগৰীৰ চানমাৰিত চলন্ত ৰে'লত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ যাত্ৰীবাহী ৰে'লৰ দবা

Burning Train: মহানগৰীৰ চানমাৰিত চলন্ত ৰে'লত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ যাত্ৰীবাহী ৰে'লৰ দবা

মহানগৰীৰ চানমাৰিত চলন্ত ৰে'লত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ চানমাৰিত চলন্ত ৰে'লত ভয়ংকৰ অগ্নিকাণ্ড

নামনিমুৱা গুৱাহাটী সবৰমতী বেংগালুৰু এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'লত এই অগ্নিকাণ্ড সংঘটিত হৈছে।

  • Share this:
মহানগৰীৰ চানমাৰীৰ উৰণীয়া সেঁতুৰ তলতে চলন্ত ৰে'লত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। নামনিমুৱা গুৱাহাটী সবৰমতী বেংগালুৰু এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'লখনৰ এটা দবাত এই অগ্নিকাণ্ড সংঘটিত হৈছে। দপদপকৈ জ্বলি উঠিছে যাত্ৰীবাহী ৰে'লৰ এটা দবা। সৌভাগ্যক্ৰমে দবাটোত কোনো যাত্ৰী উপস্থিত নাছিল বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ বাবে এইমুহূৰ্তত আন ৰে'লৰ চলাচল ব্য়াহত হৈছে।

উল্লেখযোগ্য যে, ৱাশ্বিঙৰ কাৰণে আহিছিল ৰে'লখন আৰু ইঞ্জিনটো এৰুৱাই লৈ গৈছে ৰে'ল কৰ্তৃপক্ষই। ইতিমধ্যে অগ্নি নিৰ্বাপণ কৰিছে অগ্নি নিৰ্বাপণ বাহিনীয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি