• Home
  • »
  • News
  • »
  • assam
  • »
  • এদিন পূৰ্বলৈ মানুহেৰে গিজগিজাই থকা অঞ্চলটোত এতিয়া মৰিশালীৰ নিস্তব্ধতা, চৌদিশে কেৱল ছাই আৰু ছাই

এদিন পূৰ্বলৈ মানুহেৰে গিজগিজাই থকা অঞ্চলটোত এতিয়া মৰিশালীৰ নিস্তব্ধতা, চৌদিশে কেৱল ছাই আৰু ছাই

অগ্নিকাণ্ডৰ ফলত ১০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। যাৰ বাবে ভয়াৱহ ৰূপ লয় জুয়ে। সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত।

  • Share this:
বিধ্বংসী অগ্নিকাণ্ডত তচনচ হৈ গ'ল ফটাশিল আমবাৰীৰ এটা বস্তি। চাফাই কৰ্মী বাস কৰা বস্তিটোত ৬০টাতকৈ অধিক ঘৰ ভস্মীভূত হৈছে। লাখ লাখ টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হৈছে।

অগ্নিকাণ্ডৰ ফলত ১০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। যাৰ বাবে ভয়াৱহ ৰূপ লয় জুয়ে। সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত।

নতুনকৈ বনোৱা গণেশ মন্দিৰত গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ কথা আছিল অহা বুধবাৰলৈ। অন্ধ্ৰ প্ৰদেশৰ পৰা অনা হৈছিল গণেশৰ মূৰ্তি। কিন্তু মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বেই সংঘটিত হ'ল অনাকাংক্ষিত দুৰ্ঘটনা।

এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা বস্তিটোত এতিয়া মৰিশালীসদৃশ পৰিৱেশ। অগ্নিকাণ্ডত সকলো হেৰুৱাই এতিয়া মূৰে–কপালে হাত দিছে বাসিন্দাসকলে। চৰকাৰৰ ফালৰ পৰা তাৰ বাসিন্দাসকলক সকলো ধৰণৰ আশ্বাস দিয়া হৈছে।

আজিও ধ্বংসস্তুপৰ কাষত ৰৈ চকুলো টুকিছে অঞ্চলটোৰ বাসিন্দাসকলে। চকুৰ সন্মুখতে ঘৰখন চাৰখাৰ হৈ যোৱাৰ ছবি যেন এতিয়াও তেওঁলোকৰ চকুত ভাহি আছে। সৰ্বস্ব হেৰুৱাই এতিয়া দিশহাৰা বস্তিটোত বাস কৰা লোকসকল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি