মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Double Murder Case Update : পুৱাই GMCHলৈ অনা হ’ল বন্দনাক, লোৱা হ’ব ডিএনএ ছেম্পল

Guwahati Double Murder Case Update : পুৱাই GMCHলৈ অনা হ’ল বন্দনাক, লোৱা হ’ব ডিএনএ ছেম্পল

এই ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে যদিও এতিয়াও উদ্ধাৰ হোৱা নাই শংকৰী দে (Shankari Dey) আৰু অমৰজ্যোতি দে’ৰ (Amarjyoti Dey) দেহৰ অংশ।

  • Share this:
গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ (Guwahati Double Murder) তদন্ত অব্যাহত আছে। আজি পুৱাই এই জঘন্য ঘটনাৰ খলনায়িকা বন্দনা কলিতাক (Bandana Kalita) পাণবজাৰ থানাৰ (Panbazar Police Station) পৰা লৈ অহা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (GMCH)।

লগতে জিএমচিএইচলৈ অনা হৈছে দুই সহযোগী অৰূপ দাস (Arup Das) আৰু ধনটি ডেকাকো (Dhanti Deka)। জানিব পৰা মতে, তদন্তৰ খাটিৰত তিনিওৰে ডিএনএ ছেম্পল লোৱা হ’ব।

উল্লেখযোগ্য যে এই ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে যদিও এতিয়াও উদ্ধাৰ হোৱা নাই শংকৰী দে (Shankari Dey) আৰু অমৰজ্যোতি দে’ৰ (Amarjyoti Dey) দেহৰ অংশ।

শংকৰী দে’ৰ মুণ্ডহীন দেহ উদ্ধাৰ হোৱাৰ বিপৰীতে অমৰজ্যোতিৰ দেহৰ সামান্য অংশহে উদ্ধাৰ হৈছিল আৰক্ষীৰ অভিযানত। ইফালে, সোমবাৰে তিনিও অভিযুক্তক পুনৰ চাৰিদিনৰ জিম্মাত লয় আৰক্ষীয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি