একনাথ সিন্দেই গুৱাহাটীত থকা ৪৫ জন বিধায়কৰ ফটো/ভিডিঅ' মুকলি কৰিছে। ৪৫ জন বিধায়কৰ শক্তি প্ৰদৰ্শন কৰে নেতাগৰাকীয়ে।

![]()
গুৱাহাটীত উপস্থিত শিৱসেনাৰ বিধায়ক/নিৰ্দলীয় সকলৰ তালিকা--
শিৱসেনা –
মহেন্দ্ৰ মৰে
ভাৰত গোগাৱাল
মহেন্দ্ৰ দালভি
অনিল বাবৰ
মহেশ শিন্দে
শাহাজী পাটিল
শম্ভুৰাজে দেশাই
দয়াৰাজ চৌগুলে
ৰমেশ বৰ্ণাৰে
তানাজী সাৱন্ত
সন্দীপন ভুমৰে
আব্দুল সাত্তাৰ
প্ৰকাশ সুৰ্ভে
বালাজী কল্যাণকাৰ
সঞ্জয় শিৰসাত
প্ৰদীপ জয়ছোৱাল
সঞ্জয় ৰাইমুলকাৰ
সঞ্জয় গায়কৱাড়
একনাথ সিন্দে
বিশ্বনাথ ভইৰ
শান্তাৰাম মোৰ
শ্ৰীনিৱাস ভাঙ্গা
প্ৰকাশ অভিটকাৰ
চিমানৰাও পাটিল
সুহাস কান্দে
কিশোৰাপ্পা পাটিল
পাৰ্টপ চৰনায়েক
যামিনী যাদৱ
লতা সোনাৱানে
বালাজী কিনিকাৰ
গুলাব্ৰাও পাটিল
যোগেশ কদম
সদা সৰ্বঙ্কৰ
দীপক কেচৰকাৰ
মংগেশ কুদালকাৰ
![]()
স্বতন্ত্ৰ আৰু অন্যান্য--
ৰাজকুমাৰ পেটেল
বাচ্চু কাদু
নৰেন্দ্ৰ ভণ্ডেকাৰ
ৰাজেন্দ্ৰ পাটিল যাদৱকাৰ
চন্দ্ৰকান্ত পাটিল
মঞ্জুলা গাভিত
আশীষ জয়ছোৱাল
![]()
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|