শক্তিপীঠ কামাখ্যাত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন আজিংক্য ৰাহানে। মা কামাখ্যাৰ আশিস ল'লে ক্ৰিকেটাৰজনে। মা কামাখ্যাৰ শ্ৰীচৰণত আগবঢ়ালে পূজা-অৰ্চনা।
উল্লেখযোগ্য যে, কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব অসম-মুম্বাইৰ ৰঞ্জী মেচ। আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচখন। কালিৰ মেচখনত মুম্বাই দলৰ অধিনায়কৰ দায়িত্বত আছে ৰাহানে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 09, 2023, 09:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।