Assam Corona Update: বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৪৪ জন লোক বিপৰীতে বুধবাৰে আক্ৰান্ত হৈছিল ৫৯১ জন। বৃদ্ধি পাইছে পজিটিভিটী পাৰ্চেণ্টেজ। বৃহস্পতিবাৰে ৩৫,৫৬২ জন লোকৰ Covid Test সম্পন্ন হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ২,৩৭ শতাংশ, বুধবাৰে আক্ৰান্তৰ হাৰ আছিল ১.৭২ শতাংশ।

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৪৪ জন লোক বিপৰীতে বুধবাৰে আক্ৰান্ত হৈছিল ৫৯১ জন। বৃদ্ধি পাইছে পজিটিভিটী পাৰ্চেণ্টেজ। বৃহস্পতিবাৰে ৩৫,৫৬২ জন লোকৰ Covid Test সম্পন্ন হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ২,৩৭ শতাংশ, বুধবাৰে আক্ৰান্তৰ হাৰ আছিল ১.৭২ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।
ৰাজ্যখনত দিনটোত দুজন Covid আক্ৰান্ত লোকে প্ৰাণ হেৰুৱায়। সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত। বৃহস্পতিবাৰৰ দিনটোত জিলাখনৰ ৩৬৯ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|