• Home
  • »
  • News
  • »
  • assam
  • »
  • মাৰ্চৰ পৰা সংস্কাৰ হ'ব পৌৰসভাৰ কৰ্মচাৰীৰ ! গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভাসমূহলৈ ৰাজ্য চৰকাৰৰ উপহাৰ ...

মাৰ্চৰ পৰা সংস্কাৰ হ'ব পৌৰসভাৰ কৰ্মচাৰীৰ ! গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভাসমূহলৈ ৰাজ্য চৰকাৰৰ উপহাৰ ...

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা সমূহলৈ ৰাজ্য চৰকাৰৰ উপহাৰ। ২২২ টা কম্পিউটাৰ আৰু প্ৰিণ্টাৰ প্ৰদান নগৰ উন্নয়ন বিভাগৰ। ইয়াৰে ১৫ টা কম্পিউটাৰ আৰু লেপটপ প্ৰদান কৰা হৈছে গুৱাহাটী পৌৰ নিগমক।

  • Share this:
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা সমূহলৈ ৰাজ্য চৰকাৰৰ উপহাৰ। ২২২ টা কম্পিউটাৰ আৰু প্ৰিণ্টাৰ প্ৰদান নগৰ উন্নয়ন বিভাগৰ। ইয়াৰে ১৫ টা কম্পিউটাৰ আৰু লেপটপ প্ৰদান কৰা হৈছে গুৱাহাটী পৌৰ নিগমক।এই সেৱা প্ৰদান কৰিলে বিভাগীয় মন্ত্ৰী অশোক সিংহলে। পৌৰসভাৰ যাবতীয় কাম কাজ কৰাৰ বাবে এই সেৱা প্ৰদান কৰা হৈছে।

অনুষ্ঠানত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে উপস্থিত থাকে অসমৰ পৌৰ সভা সমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকল। এই অনুষ্ঠানতে পৌৰ সভা সমূহৰ অভিযোগসমূহ উত্থাপন কৰিলে সদস্যসকলে।অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলে মন্তব্য কৰে যে SGM ৰ পৰা টকা লাভ কৰাৰ পিছতো কাম কৰিব পৰা নাই পৌৰসভাৰ বৰ্ড সমূহে। কোনো বৰ্ডৰ অধ্যক্ষক গাড়ী প্ৰদান কৰা নহয়,
পাৰিলে নিজে লব লাগিব । প্ৰধানমন্ত্ৰীক কেতিয়াও মুখ্যমন্ত্ৰীয়ে গাড়ী নিবিচাৰে। চাৰি লাখৰো অধিক এছিচমেণ্ট আহিব, যাৰ দ্বাৰা পৌৰসভাসমূহৰ লাভ হ'ব। কেৱল গুৱাহাটীতে নহয়, পৌৰসভাসমূহ আর্থিকভাৱে স্বাৱলম্বী হ'ব লাগিব' লুণ্ঠনৰাজ ৬ বছৰৰ আগত বন্ধ হৈ গৈছে। পৌৰসভা পৰিবৰ্তনৰ বাবে কাম কৰিব লাগিব। চলিত বছৰৰ জানুৱাৰী মাহত ৮৪ কোটি টকা ৰাজহ সংগ্ৰহ হৈছে গুৱাহাটী পৌৰ নিগমৰ। যোৱা বছৰত ১১৩ কোটি টকা ৰাজহ সংগ্ৰহ হৈছিল জি এম চিৰ । মাৰ্চৰ পৰা পৌৰ নিগমসমূহৰ কৰ্মচাৰী সংস্কাৰ কৰা হ'ব।মাহেকত দুবাৰকৈ বৰ্ড মিটিং অনুষ্ঠিত কৰাৰ আহ্বান। টকা দিয়া হ'ব চৰকাৰৰ পৰা, কিন্ত ভালদৰে কাম কৰা পৌৰসভা সমূহকে টকা দিয়া হব।'
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি