
দুৰ্ঘটনাগ্ৰস্ত বাহনখন ক্ৰেনেৰে উঠাই নিওঁতে ক্ৰেন চালকৰ ভুলৰ বাবেই জ্বলি উঠে বাহনখন। বাহনখন জ্বলাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ক্ৰেন চালকে।
দুৰ্ঘটনাগ্ৰস্ত বাহনখন ক্ৰেনেৰে উঠাই নিওঁতে ক্ৰেন চালকৰ ভুলৰ বাবেই জ্বলি উঠে বাহনখন। বাহনখন জ্বলাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ক্ৰেন চালকে।
নিশা মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলিলএখন i10 বাহন। হাতীগাঁৱৰ ৰাজপথত সংঘটিত হয় এই ঘটনা। প্ৰথমে সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখন ক্ৰেনেৰে উঠাই নিওঁতে ক্ৰেন চালকৰ ভুলৰ বাবেই জ্বলি উঠে বাহনখন। বাহনখন জ্বলাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ক্ৰেন চালকে।
বাহনখন ভস্মীভূত হোৱাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গণেশগুৰিৰ পৰা হাতীগাঁও অভিমুখী আছিল দুৰ্ঘটনাত পতিত বাহনখন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|