ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ AS 03S 0095। স্থানীয় লোকৰ সহযোগত নিয়ন্ত্ৰিণ কৰা হয় জুই। পলমকৈ আৰক্ষী আৰু অগ্নিনিৰ্পাপক বাহিনীৰ লোক উপস্থিত হয় ঘটনাস্থলীত।

নিশা মহানগৰীৰ লখৰা বামুণপাৰাত ৰাজপথত দপদপকৈ জ্বলিল এখন পালছাৰ বাইক। জ্বলি ভষ্মীভূত হয় বাইকখন। ধ্ৰুৱ বৰা নামৰ যুৱকজনে বাহনখন লৈ কৰ্তব্যলৈ ওলাই আহিছিল নিশা। যান্ত্ৰিক বিজুতিৰ ফলতে ৰাজপথতে জ্বলি উঠে বাহনখন।
ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ AS 03S 0095। স্থানীয় লোকৰ সহযোগত নিয়ন্ত্ৰিণ কৰা হয় জুই। পলমকৈ আৰক্ষী আৰু অগ্নিনিৰ্পাপক বাহিনীৰ লোক উপস্থিত হয় ঘটনাস্থলীত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|