• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজপথত দপদপকৈ জ্বলিল এখন পালছাৰ বাইক, কি হৈছিল গুৱাহাটীৰ লখৰাত?

ৰাজপথত দপদপকৈ জ্বলিল এখন পালছাৰ বাইক, কি হৈছিল গুৱাহাটীৰ লখৰাত?

ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ AS 03S 0095। স্থানীয় লোকৰ সহযোগত নিয়ন্ত্ৰিণ কৰা হয় জুই। পলমকৈ আৰক্ষী আৰু অগ্নিনিৰ্পাপক বাহিনীৰ লোক উপস্থিত হয় ঘটনাস্থলীত।

  • Share this:
নিশা মহানগৰীৰ লখৰা বামুণপাৰাত ৰাজপথত দপদপকৈ জ্বলিল এখন পালছাৰ বাইক। জ্বলি ভষ্মীভূত হয় বাইকখন। ধ্ৰুৱ বৰা নামৰ যুৱকজনে বাহনখন লৈ কৰ্তব্যলৈ ওলাই আহিছিল নিশা। যান্ত্ৰিক বিজুতিৰ ফলতে ৰাজপথতে জ্বলি উঠে বাহনখন।

ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ AS 03S 0095। স্থানীয় লোকৰ সহযোগত নিয়ন্ত্ৰিণ কৰা হয় জুই। পলমকৈ আৰক্ষী আৰু অগ্নিনিৰ্পাপক বাহিনীৰ লোক উপস্থিত হয় ঘটনাস্থলীত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি