মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati News: মহানগৰীত নিশা চুৰিকাণ্ড! লুটি নিলে ৩ খনকৈ বাহন, চিচিটিভিত বন্দী হ'ল চুৰিকাণ্ডৰ দৃশ্য

Guwahati News: মহানগৰীত নিশা চুৰিকাণ্ড! লুটি নিলে ৩ খনকৈ বাহন, চিচিটিভিত বন্দী হ'ল চুৰিকাণ্ডৰ দৃশ্য

মহানগৰীত নিশা চুৰিকাণ্ড! লুটি নিলে ৩ খনকৈ বাহন, চিচিটিভিত বন্দী হ'ল চুৰিকাণ্ডৰ দৃশ্য

মহানগৰীত নিশা চুৰিকাণ্ড! লুটি নিলে ৩ খনকৈ বাহন, চিচিটিভিত বন্দী হ'ল চুৰিকাণ্ডৰ দৃশ্য

চুৰি হোৱাৰ পুৰ্বে কিদৰে দেৱালৰ ওপৰৰে প্ৰৱেশ কৰি বাহন চুৰি কৰি লৈ গৈছিল সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি কেমেৰাত। বিগত ৭ বছৰে ফটাশিল আৰক্ষীয়ে এদিনও পেট্ৰলিং নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।

  • Share this:
মহানগৰীত ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি ডকাইতিৰ ঘটনা। নিশা ঢপলীয়া শংকৰদেৱ পথত চোৰে চলালে চফৰ। মাত্ৰ ২০ মিনিটৰ ভিতৰত গৃহ নং ৪১ আৰু গৃহ নং ১০ ত চোৰে চলালে চফৰ। চোৰে লৈ গল ২ খনকৈ পালচাৰ বাহন আৰু এখন স্কুটী। মুঠ তিনি খন বাহন লৈ যায় চোৰে।

উল্লেখযোগ্য যে, ভুক্তভোগী সীতা ৰাম সাহানী, আৰু বিনোদ সিংয়ে ফটাশিল আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। চুৰি হোৱাৰ পুৰ্বে কিদৰে দেৱালৰ ওপৰৰে প্ৰৱেশ কৰি বাহন চুৰি কৰি লৈ গৈছিল সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি কেমেৰাত। বিগত ৭ বছৰে ফটাশিল আৰক্ষীয়ে এদিনও পেট্ৰলিং নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি