• Home
  • »
  • News
  • »
  • assam
  • »
  • G20 summit 2023: ন ৰূপত সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰী ! এজাক নৱাগত শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে পদপথৰ দেৱালসমূহ ...

G20 summit 2023: ন ৰূপত সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰী ! এজাক নৱাগত শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে পদপথৰ দেৱালসমূহ ...

গুৱাহাটীতো অনুষ্ঠিত হ'ব জি২০ ছামিট ২০২৩। মেগা ইভেন্টটোৰ সফল আয়োজনৰ বাবে ন ৰূপত সজোৱা হৈছে গুৱাহাটী। এজাক নৱাগত শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে পদ পথৰ দেৱাল সমুহ।

  • Share this:
সম্মূখত জি২০। বিশ্বৰ বহু শীৰ্ষ নেতাৰ উপস্থিতিত গুৱাহাটীতো অনুষ্ঠিত হ'ব জি২০ ছামিট ২০২৩। মেগা ইভেন্টটোৰ সফল আয়োজনৰ বাবে ন ৰূপত সজোৱা হৈছে গুৱাহাটী। এজাক নৱাগত শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে পদ পথৰ দেৱাল সমুহ।

গুৱাহাটীতো G20 summit 2023 । বিশ্বৰ বহু শীৰ্ষ নেতাৰ উপস্থিতিত গুৱাহাটীতো অনুষ্ঠিত হ'ব জি২০ ছামিট ২০২৩। বিশ্বৰ আগশাৰীৰ ইভেন্টটোৰ সফল আয়োজনৰ বাবে নৰূপত সজাই পৰাই তোলা হৈছে গুৱাহাটী। এজাক নৱাগত শিল্পীৰ পৰশত প্ৰান পাই উঠিছে পদ পথৰ দেৱাল সমুহ। Govt college of Art and craft ৰ ছাত্ৰী মাৰ্টিনা দেৱ। পানবজাৰত মাৰ্টিনাৰ নেতৃত্বত সজোৱা হৈছে দেৱালসমূহ। সফল নৱাগত শিল্পীৰ ৰং তুলিকাত অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ বহিঃপ্ৰকাশ ঘটিছে। এই সকল শিল্পীৰ উপৰি আন প্ৰতিষ্ঠানৰ বহু যুৱক যুৱতীয়েও মহানগৰীৰ পথপথৰ দেৱালত অংকন কৰিছে সুন্দৰ ছবি। টিচি স্কুল, বি বৰুৱা মহাবিদ্যালয়, কটন কলেজিয়েট স্কুলৰ দেৱালত অংকন কৰা দেখা গৈছে । মহানগৰীখন সজাবলৈ পাই উৎফুল্লিত মাৰ্টিনা দেৱ।‌ বশিষ্ঠৰ চৰকাৰী চাৰু কলা মহাবিদ্যালয়ৰ এই সকল ছাত্ৰ ছাত্ৰীয়ে বহু কষ্টৰে কাম কৰি আছে। তেওলোকে পথচাৰিক দেৱালত পিক নেপেলাবলৈ অনুৰোধ জনায়। কটন কলেজিয়েট স্কুলৰ দেৱালত ডিমা হাছাওৰ আন একাংশ শিল্পীয়ে ভাৰতৰত্ন গোপিনাথ বৰদলৈ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অংকন কৰিছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি