মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা, জনতা ভৱনৰ সমীপতে মাতৃ–পুত্ৰক হত্যাৰ চেষ্টা

মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা, জনতা ভৱনৰ সমীপতে মাতৃ–পুত্ৰক হত্যাৰ চেষ্টা

আক্ৰমণৰ বলি হোৱা অভিজিৎ শইকীয়া

দিছপুৰৰ দেৱদাৰু পথত সংঘটিত হৈছে এই ঘটনা। অধিবক্তা নিৰুপমা শইকীয়া আৰু পুত্ৰ অভিজিৎ শইকীয়াক আক্ৰমণ দুৰ্বৃত্তৰ।

  • Share this:
মহানগৰীৰ মাজ মজিয়াত চাঞ্চল্যকৰ ঘটনা। জনতা ভৱনৰ সমীপতে দুজনক হত্যাৰ চেষ্টা। ডেগাৰেৰে হানি হত্যাৰ চেষ্টা দুয়োজনক। দিছপুৰৰ দেৱদাৰু পথত সংঘটিত হৈছে এই ঘটনা। অধিবক্তা নিৰুপমা শইকীয়া আৰু পুত্ৰ অভিজিৎ শইকীয়াক আক্ৰমণ দুৰ্বৃত্তৰ। ড্ৰীমলেণ্ড পাৰ্কৰ স্বত্বাধিকাৰী নিৰুপমা শইকীয়া। ডকাইতি কৰিবলৈ আহি ডেগাৰেৰে আক্ৰমণ দুয়োকে। সংকটজনক অৱস্থাত দুয়োজন চিকিৎসাধীন। পুত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে সামান্য আঘাতপ্ৰাপ্ত হৈছে মাতৃ।

আৰু পঢ়ক : ‘তুমি যাব নালাগিছিল অ’ আইতা... তোমাৰ মৰমভৰা কথাবোৰ, উপদেশ বোৰ সদায় অনুভৱ কৰিম’

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি