মুখ্যপৃষ্ঠা »খবৰ »অসম »চৰকাৰী অতিৰিক্ত পৌৰ কৰ বহন নকৰে জনতাই ! অতিৰিক্ত পৌৰ কৰৰ বিৰুদ্ধে গণস্বাক্ষৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ...

চৰকাৰী অতিৰিক্ত পৌৰ কৰ বহন নকৰে জনতাই ! অতিৰিক্ত পৌৰ কৰৰ বিৰুদ্ধে গণস্বাক্ষৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ...

চৰকাৰে এটাৰ পাছত আনটো কৰ জাপিছে জনতাৰ ওপৰত ৷ চৰকাৰী কৰৰ বোজাত মাধমাৰ জনতা ৷ এফালে মূল্যবৃদ্ধি আনফালে কৰৰ বোজা ৷ যাৰ বিৰুদ্ধে অসম বিধান সভাৰ মজিয়াত সৰৱ বিৰোধী ৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনৰ পৰা আৰম্ভ গণ স্বাক্ষৰ অভিযান ...

  • Share this:
চৰকাৰে এটাৰ পাছত আনটো কৰ জাপিছে জনতাৰ ওপৰত ৷ চৰকাৰী কৰৰ বোজাত দিশহাৰা জনতা ৷ এফালে মূল্যবৃদ্ধি আনফালে কৰৰ বোজা ৷ যাৰ বিৰুদ্ধে অসম বিধান সভাৰ মজিয়াত সৰৱ বিৰোধী ৷ বিৰোধী এনে দলৰ প্ৰতিবাদ ক্ষোভৰ মাজত এইবাৰ কংগ্ৰেছৰ ভগ্নী সংগঠনৰ কাৰ্য্যসূচী ৷

বুধবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত উলিয়ায় এক গণ স্বাক্ষৰ অভিযান ৷ চৰকাৰে জনতাৰ ওপৰত জাপি দিব বিচৰা এনে কৰ কোনো কাৰণত গ্ৰহণ যোগ্য নহয় ৷ চৰকাৰী এনে কৰৰ বিৰোধিতা মহিলা কংগ্ৰেছৰ ৷ বিজেপি চৰকাৰে নিশা এটা ভাবি দিনত কাৰ্যকৰী কৰিব বিচৰা এনে কাৰ্য কোনোকাৰণত মানি নলয় বুলি দাবী ৷ পিছে, মহিলা কংগ্ৰেছৰ এনে গণস্বাক্ষৰ কাৰ্যসূচী চৰকাৰে কিদৰে লয় সেয়া নিশ্চয় সময়ত লক্ষণীয় হব ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি