
বিজেপি বিধায়িনী দলৰ দলপতি(মুখ্যমন্ত্ৰীৰ)ৰ ৰাজনৈতিক সচিবৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব বিধায়ক জয়ন্ত মল্ল বৰুৱাক(Jayanta Malla Baruah)।
বিজেপি বিধায়িনী দলৰ দলপতি(মুখ্যমন্ত্ৰীৰ)ৰ ৰাজনৈতিক সচিবৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব বিধায়ক জয়ন্ত মল্ল বৰুৱাক(Jayanta Malla Baruah)।
নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক(Jayanta Malla Baruah) ৰাজ্যিক বিজেপিয়ে অৰ্পণ কৰিলে বিশেষ দায়িত্ব। আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে বিধায়ক বৰুৱাক বিজেপি বিধায়িনী দলৰ দলপতিৰ (মুখ্যমন্ত্ৰীৰ) ৰাজনৈতিক সচিবৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব প্ৰদান কৰে। ছচিয়েল মিডিয়াত এই কথা জনালে বিধায়কগৰাকীয়ে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বুলি জনাজাতসকলৰ ভিতৰত আছে বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ (Jayanta Malla Baruah) নাম।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|