
বিদ্যুত সংযোগ নথকা ৪৮,৮০৫টা অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩,৬৫৬ খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ কৰা হ'ব। ইয়াৰ বাবে ১৪৪ কোটি টকা আবণ্টন দিয়া হৈছে।
বিদ্যুত সংযোগ নথকা ৪৮,৮০৫টা অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩,৬৫৬ খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ কৰা হ'ব। ইয়াৰ বাবে ১৪৪ কোটি টকা আবণ্টন দিয়া হৈছে।
ৰাজ্যত নিৰ্মাণ হ'ব ১০০০টা ম'ডেল অংগনৱাড়ী কেন্দ্ৰ। ইয়াত শিশুৰ বাবে সকলো ধৰণৰ সা-সুবিধা থাকিব। ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ১৩.৫০ কোটি টকা।
একোটা ম'ডেল অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ ব্যয় হিচাপে ২৫ লাখ টকা ধাৰ্য কৰা হৈছে। বিদ্যুত সংযোগ নথকা ৪৮,৮০৫টা অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩,৬৫৬ খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ কৰা হ'ব। ইয়াৰ বাবে ১৪৪ কোটি টকা আবণ্টন দিয়া হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|