Assam H.S. Final Special Exam: ১ অক্টোবৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে পৰীক্ষাৰ সূচী। যিসকলে পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্ট নহয় তেওঁলোকে দিব পাৰিব এই বিশেষ পৰীক্ষা। পৰীক্ষাৰ সময়ত অনুসৰণ কৰা হ'ব সকলো Covid-19 প্ৰট'কল।

![]()
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|