মুখ্যপৃষ্ঠা »খবৰ »অসম »সকলো প্ৰস্তুতি সম্পূৰ্ণ, ৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ...

সকলো প্ৰস্তুতি সম্পূৰ্ণ, ৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ...

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ। ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগখনৰ বাবে শুভেচ্ছা জনাইছে অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে।

  • Share this:
উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ। ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীত অনুষ্ঠিত হবলগীয়া টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ খনৰ বাবে শুভেচ্ছা জনাইছে অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে।

গুৱাহাটীত টেবুল টেনিছৰ প্ৰিমিয়াৰ লীগ। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ২০২২।
নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছনে ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীৰ দেশভক্ত তৰুনৰাম ফুকন ইন্ডৰ ষ্টেডিয়ামত আয়োজন কৰিছে টেবুল টেনিছৰ গ্লেমাৰিয়াছ লীগ খন। দেওবাৰে ষোল্লটা দলৰ স্বত্বাধীকাৰী সকলক গুৱাহাটীৰ লেন্ডমাৰ্ক হোটেলত সম্বৰ্ধনা জনাই আয়োজক সকলে।
গ্লেমাৰিয়াছ লীগ খনত দেশৰ বিভিন্ন প্ৰান্তৰ ছিনিয়ৰ জুনিয়ৰ খেলুৱৈয়ে অংশ ল'ব। এই খেল খনৰ পৰা অসমৰ উঠি অহা খেলুৱৈ সকল উপকৃত হব বুলি কয় আয়োজক সমিটিৰ সচিব প্ৰধান মানস প্ৰতীম দাসে। তিনিদিনীয়া ব্যায় বহুল বিশেষ প্ৰতিযোগিতা খনকলৈ আশাবাদী অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোঁহাই। তাৰকা খেলুৱৈ গৰাকীয়ে টেবুল টেনিছ প্ৰিমিয়াৰ লীগ খনৰ সফল আয়োজনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগখনৰ অধ্যক্ষৰ দায়িত্বত আছে জলসম্পদ মন্ত্ৰী পীযুশ হাজৰিকা।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি