Assam Flood: ৰাজ্যত এইবাৰ পলমকৈ হ'লেও বানে লৈছে সংহাৰী ৰূপ । ৰাজ্যৰ কিছু জিলাৰ বহু ঠাই বানৰ কৱলত। সমান্তৰালভাৱে মহানগৰীত (Guwahati) বিপদ সীমা পাৰ কৰিছে ব্ৰহ্মপুত্ৰৰ (Brahmaputra) জলপৃষ্ঠই ।

মহানগৰীৰৰ কালিপুৰৰ শ্ৰী শ্ৰী বাবা চক্ৰেশ্বৰ মন্দিৰৰ আকৰ্ষণ কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰৰ বুকুত থকা লক্ষ্মী নাৰায়ণৰ বিগ্ৰহ চুই গৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে । বিগত বৰ্ষত লক্ষ্মী বিষ্ণুৰ বিগ্ৰহ বহু পৰিমাণে ব্ৰহ্মপুত্ৰৰ বুকুত দুবিছিল যদিও এইবাৰ বৰষুণৰ অভাৱত কিছু ৰক্ষা পৰিছে। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমা অতিক্ৰম কৰিছে আৰু কিছু কিছু ঠাইত কৃষিভূমি নষ্ট হোৱা খবৰ পোৱা গৈছে । ফাঁচী বজাৰৰ ব্ৰহ্মপুত্ৰৰ লাচিতৰ প্ৰতিমূৰ্তি এতিয়া কিছু পৰিমানে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|